Site icon Guwahati Times

বঙাইগাঁও জিলাৰ চুকানীত শোকাৱহ ঘটনা। বজ্ৰ পৰি কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে দুজনকৈ কলেজীয়া ছাত্রই

বঙাইগাঁও জিলাৰ চুকানীত শোকাৱহ ঘটনা।

বজ্ৰ পৰি কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে দুজনকৈ কলেজীয়া ছাত্রই

বঙাইগাঁওৰ চুকানীত শোকাৱহ ঘটনা

বজ্ৰ পৰি মৃত্যু দুজনকৈ যুৱকৰ

চুকানী ৰাসবজাৰত এই শোকাৱহ ঘটনা

বজাৰলৈ গৈ থকা অৱস্থাত এই শোকাৱহ ঘটনা

যুৱক দুজনৰ নাম দ্বীপজ্যোতি ৰায় (২০) আৰু জিন্তু কুমাৰ ৰায়(১৯)

দুয়োজনৰ ঘৰ চুকানীত

 

Exit mobile version