Site icon Guwahati Times

ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। এই পৰ্যন্ত বজ্ৰ পৰি ৪জনৰ মৃত্যু

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৪০/৫০ কিলোমিটাৰ গতিবেগত ধুমুহাৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। কিছু কিছু ঠাইত বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে যদিও কিছু ঠাইত থাকিব বিজুলী ঢেৰেকনি

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে কাইলৈ ধুমুহাৰ পৰিমাণ কিছু ঠাইত হ্ৰাস পাব, যদিও পশ্চিম অসম আৰু উত্তৰ অসমত কিছু ঠাইত ৩০/৪০ গতিবেগত ধুমুহা অহাৰ আশংকা আছে।

Exit mobile version