Site icon Guwahati Times

গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক সম্পূৰ্ণ দোষমুক্ত কৰিলে আদালতে

গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক সম্পূৰ্ণ দোষমুক্ত কৰিলে আদালতে

গোলাঘাট সত্ৰ ন্যায়ালয়ত দিব্যজোতি মহন্তৰ বিশেষ আদালতে এই ৰায় দিয়ে। আদালতৰ ৰায়ত আনন্দিত হৈ পৰিছে বৰ্ষাশ্ৰীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল।

উল্লেখ্য, আলফাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত এটা কবিতা প’ষ্ট কৰাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী নামৰ ছাত্ৰীগৰাকী। UAPA গোচৰত গোলাঘাটৰ উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰত ফুৰিবলৈ যোৱা অৱস্থাত ২০২২ চনৰ ১৮ মে’ত গোলাঘাটৰ সৰুপথাৰ আৰক্ষীয়ে আটক কৰিছিল বৰ্ষাশ্ৰীক।
Exit mobile version