Site icon Guwahati Times

মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

জিয়াবুৰ ৰহমান আৰু কহিনুৰ আখটাৰা নামৰ এগৰাকী মহিলাক আটক
সুধিৰ কুমাৰ নামৰ দিল্লীৰ এজন ব্যক্তিৰ পৰা 26 লাখ টকা চাইবাৰ অপৰাধৰ জৰিয়তে লুট কৰে
মৰিগাঁৱ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা এই অপৰাধী কেইজন
অনলাইন বিত্তীয় APPৰ জৰিয়তে ভুৱা ঋণ সৰকাইছিল এই অপৰাধীটোৱে
বহিঃ ৰাষ্ট্ৰৰ ব্যক্তিকো বিক্ৰী কৰিছিল OTP

Exit mobile version