Site icon Guwahati Times

মেক্সিকোৰ ভেনেছা অৰ্টিজক ৫-০ পইণ্টত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁই।

মেক্সিকোৰ ভেনেছা অৰ্টিজক ৫-০ পইণ্টত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ।

Exit mobile version