Site icon Guwahati Times

পঢ়ক আৰু শ্বেয়াৰ কৰি আনকো পঢ়োৱাওক,নিশ্চয় মংগল হব

জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি..
মহা মহাপাপীয়ো নিস্তৰে যাক স্মৰি..

যাৰ লীলা বিভৱৰ নাহি পাৰাপাৰ…

হেন কৃষ্ণপদে কৰো কোটি কোটি নমস্কাৰ..

গুৰুৰ চৰণে মন শিৰোগত কৰি..

বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি..

ব্যাস আৰু বাল্মিকী প্ৰভৃতি কবিগণ..

আদ্যগুৰু বন্দো পিতৃ-মাতৃৰ চৰণ…

সৰস্বতী মাৱক কৰিয়া নমস্কাৰ…..

লক্ষ্মী দেৱীৰ চৰিত্ৰ পদ কৰিবো প্ৰচাৰ…

ইসব কথাক আৱে কৰিবো বাখ্যান…

Exit mobile version