Site icon Guwahati Times

ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ বাস্তু শাস্ত্ৰৰ এই পৰামৰ্শ মানি চলক

কাৰ্যালয় বা দোকানৰ সন্মুখত কিছুমান আলংকাৰিক সামগ্ৰী ৰখাটোও বাস্তু দোষৰ ভিতৰত পৰে।
বাস্তুৰ মতে ব্যৱসায়ক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু সফল কৰি তুলিবলৈ পাঁচটা তত্বৰ সন্তুলন হোৱাটো আৱশ্যক । যিকোনো ব্যৱসায়ৰ সফলতাৰ ক্ষেত্ৰত, পৃথিৱী, আকাশ, বায়ু, পানী, জুইৰ সন্তুলন হোৱাটো প্ৰয়োজনীয়। এই পাঁচটা উপাদানে যিকোনো ব্যৱসায় সফল কৰাত অৰিহণা যোগায়। যদি আপুনি যথেষ্ট কষ্টৰ পাছতো সফলতা দেখা নাপায়, আপুনি কিছুমান বাস্তু পৰামৰ্শ গ্ৰহণ কৰি ব্যৱসায়ত সফলতা অৰ্জন কৰিব পাৰে। এইবোৰ অনুসৰণ কৰি, আপুনি যিমান পাৰে সিমান লাভালাভ প্ৰাপ্ত কৰিব পাৰে।

Exit mobile version