Site icon Guwahati Times

শীত কালত ভৰি টানি ধৰে ? ঘৰোৱা উপায়েৰে কেনেদৰে পাব মুক্তি ?

Beauty women's legs with smooth skin in the home interior, foot care and self-massage, unrecognizable person

বহু সময় এটা ঠাইত বহি থকাৰ পাছত খোজকাঢ়িলেই টানি ধৰে ভৰিৰ পেশীত । ভৰিত টানি ধৰাৰ এই সমস্যা মূলত শীতকালত অধিক দেখা যায় ।

কেতিয়াবা আকৌ খোজকাঢ়ি থাকোতেই হঠাৎ বেঁকা হৈ যায় ভৰিৰ আঙুলি । সে সময়তেই হাত আৰু কঁকালৰ পেশীও টানি ধৰে । চিকিৎসকৰ মতে, শৰীৰত আর্দ্রতা কমিলে হঠাতে এই টান ধৰাৰ সমস্যা হ’ব পাৰে ।

Exit mobile version