১৬ আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়ত

1 min read

ক’ভিডক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। ১৬ আগষ্টৰ পৰা ৰাজ্যত খুলিব আন্তঃজিলা যাতায়াত। আজি এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, “সকলো জিলাতে ৪ বজালৈকে দোকান খুলিব পাৰিব আৰু ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব। ইপিনে কন্টেইনমেন্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন। ১ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ।”

আনহাতে এই পৰিৱেশ যদি বজাই ৰাখে তেন্তে অহা ৭ আগষ্টৰ পৰা ৬ বজালৈকে দোকান খোলা ৰখাৰ চিন্তা কৰা হৈছে বুলিও মন্তব্য কৰে।

You May Also Like

More From Author