Site icon Guwahati Times

শ্বেখ হাছিনাৰ বহিষ্কাৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ জড়িত!

‘ছেণ্ট মাৰ্টিন আৰু বে অৱ বেংগল আমেৰিকাক এৰি দিয়া হ’লে মই ক্ষমতাত থকিব পাৰিলোহেঁতেন’। অৱশেষত মুখ খুলিছে শ্বেখ হাছিনাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ‘ব্যৱহাৰ’ৰ অভিযোগ তুলি বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰলৈ সতৰ্কতা শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাৰ বহিষ্কাৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ জড়িত থকা বুলিও অভিযোগ হাছিনাৰ।

Exit mobile version