Site icon Guwahati Times

অসমীয়াত নামাজ শিক্ষা

নির্দিষ্ট নামাজৰ নির্দিষ্ট সময়মতে আদায় কৰা প্রতিজন মুছলমানৰ বাবে ফৰজ,  নামাজ ইছলাম ধর্মৰ পঞ্চস্তম্ভৰ এটা শাহাদাহ বা বিশ্বাসৰ পাছত নামাজেই হৈছে ইছলাম ধর্মৰ গুৰুত্বপূর্ণ স্তম্ভ।সেই বাবে আজি আমি নামাজ শিক্ষাৰ বিষয়ে লিখিম আশা কৰোঁ আপোনালোকে উপকৃত হ’ব,  ( অসমীয়াত নামাজ শিক্ষা )

নামাজৰ ফৰজ সমূহ কি ?

নামাজৰ ফৰজ মুট ১৩ টা, আহকাম ৬ টা। আৰকান ৭ টা। নামাজৰ বাহিৰৰ কাম সমূহক আহকাম কোৱা হয়।  আৰু নামাজৰ ভিতৰৰ কাম সমূহক আৰকান কোৱা হয়।

 

 

আহকাম সমূহ কি ?

আৰকান সমূহ কি ?

নামাজৰ নিয়ম।

নামাজ থিয় হৈ পঢ়িব লাগে।  কিন্তু যদি শৰীৰ অসুস্থ থাকে তেনেহলে বহি, শুই, আৰু ইংগিতত  নামাজ পঢ়িব পাৰি।  সর্বপ্রথম নামাজৰ নিয়ত কৰিব লাগে।  নামাজৰ ধাপ বা অংশক ৰাকাত কোৱা হয়।প্রতি ৰাকাতৰ আৰাম্ভণিতে ছুৰা ফাতিহাৰ লগত অন্য এটা ছুৰা পাঠ কৰি ৰুকু কৰিব লাগে।  ৰুকুৰ পৰা থিয় হৈ তাৰ পাছত ছিজদা দিব লাগে।  ৰাছুলুল্লাহ ( ছাঃ ) কৈছে তোমালোকে ছালাত আদায় কৰা তেনেকৈ, যেনেকৈ মই ছালাত আদায় কৰোঁ।

 

 

নামাজৰ ওয়াক্ত।

ৰাকাত সমূহ

শর্ত সমূহ কি ?

নামাজৰ শর্ত সমূহ কি ?

ছালাতৰ ওৱাজিবসমূহ

ছালাতৰ ওৱাজিব ৮ টা সেইকেইটাৰ যি কোনো এটা ইচ্ছাকৃতভাৱে এৰি দিলে ছালাত বাতিল হয়,  কিন্তু ভুলক্ৰমে এৰিলে ‘ছহু ছিজদা’ দিব লাগে।  ওৱাজিব ৮ টা এনে ধৰণৰ-

Exit mobile version