Site icon Guwahati Times

গুৱাহাটীত ISROৰ অধ্যক্ষ ড° শ্ৰীধৰ পানিকৰ সোমনাথ

গুৱাহাটীত ISROৰ অধ্যক্ষ ড° শ্ৰীধৰ পানিকৰ সোমনাথ ।

বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত ISROৰ অধ্যক্ষ সোমনাথ ।

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহন কৰিব খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীয়ে ।

চন্দ্ৰযান ৩ সফলতাৰ বিজয় উৎসৱ তথা ISROৰ দ্বাৰা আদিত্য L1ৰ সূৰ্য্যমূখী অভিযান উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজনেৰে অধ্যক্ষগৰাকীক সম্বৰ্ধনা জনাব

ইয়াৰ পিছতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহন কৰিব অধ্যক্ষগৰাকীয়ে

শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিয়লিৰ পৰা অনুষ্ঠিত হ’ব এই অনুষ্ঠান ।

আজাৰাৰ পৰা অভিজিত কলিতা

Exit mobile version