Site icon Guwahati Times

পৰ্বতঝোৰাত জল জীৱন মিছনৰ আঁচনি মুকলি

ৰাইজক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান

 

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত নতুনকৈ জল জীৱন মিছনৰ অধীনত নিৰ্মান কৰা বিশুদ্ধ খোৱা পানীখন আজি মুকলি কৰা হয়। আঁচনি খন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাসদাই । পৰ্বতঝোৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া এলেকাৰ পৰিয়াল সমূহক ঘৰে ঘৰে পানী যোগান ধৰিবলৈ জল জীৱন আঁচনিৰ স্থাপন কৰে। উক্ত আঁচনি আজি মুকলি কৰি বিশুদ্ধ পানী যোগান ধৰা হয়।

 

Exit mobile version