চন্দন শৰ্মা: জামুগুৰিহাট: শোণিতপুৰ জিলাত কৰোণা পজিটিভ হাৰিয়ানাৰ গুৰগাঁৱত শ্ৰমিক হিচাপে কৰ্মৰত প্ৰতাব লিম্বু আৰু দিলীপ তাঁতী ।
দুয়োৰে ঘৰ শোণিতপুৰৰ মিছামাৰীত ।
দুয়ো জন শ্ৰমিক ১৮ মে’ত তেজপুৰলৈ আহিছিল ।
দুয়োজনক তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কোৰেন্টাইন কেম্পত ৰখা হৈছিল ।
বৰ্তমান দুয়ো জনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।

