Site icon Guwahati Times

যোৰহাট: চুৰি কৰিবলৈ আহি দোকানৰ ভিতৰত চোৰে উদযাপন কৰিলে জন্মদিন..

যোৰহাটত সংঘটিত হৈছে এক আজব ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াত ব্যৱসায় প্ৰতিষ্ঠানৰ চাটাৰ কাটি লুটপাত চলালে চোৰৰ দলে।

কিন্তু কেৱল চুৰি কৰিয়েই ক্ষান্ত নাথাকিল চোৰৰ দলটো। দোকানৰ ভিতৰত হাতত কেক লৈ ফটো তুলি স্ফুৰ্তিত আপোনপাহৰা হৈ পৰিল চোৰৰ দলটো।

যেন তেওঁলোকে জন্মদিনহে উদযাপন কৰিছে। চোৰৰ দলৰ এই কাণ্ডই এতিয়া চকু কপালত তুলিছে সকলোৰে।

Exit mobile version