দশেৰাৰ দিনা জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালে হ’বলগীয়া স্বামীৰ সৈতে শ্বেয়াৰ কৰিলে আকৰ্ষণীয় ফটো।
কেইদিনমান পূৰ্বে গৌতম কিটচলোৰ সৈতে এনগেজমেণ্ট হয় কাজল আগৰৱালৰ।
অভিনেত্ৰীগৰাকীয়ে ফটো শ্বেয়াৰ কৰি লিখিছে যে, ‘ আমাৰ ফালৰ পৰা দশেৰাৰ শুভেচ্ছা জনাইছো।’
শীঘ্ৰে গৌতমৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ব কাজল।
দীৰ্ঘ দিন ধৰি কাজল আগৰৱালৰ বিবাহৰ সম্পৰ্কত ছচিয়েল মিডিয়াত চলি আচিল চৰ্চা।

