Site icon Guwahati Times

এছক’ৰ্ট বাহনে কাজিৰঙাৰ ৰাজপথ পাৰ কৰাব ব্যক্তিগত বাহন…

“এইবাৰ টাইম কাৰ্ড নহয় আৰক্ষীৰ এছক’ৰ্ট বাহনে কাজিৰঙাৰ ৰাজপথ পাৰ কৰাব ব্যক্তিগত বাহন। বানপানীৰ বাবেই কাজিৰঙাত সঘনাই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে জীৱ-জন্তু। নিৰ্দিষ্ট সংখ্যক বাহন একগোট কৰি আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে কলিয়াবৰৰ ৰাঙলুৰ পৰা কাজিৰঙাৰ কঁহৰালৈ ঠিক তেনেদৰে উজনিৰ দিশৰ পৰা অহা গাড়ী সমূহ পাৰ কৰোৱা হ’ব। ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ হোৱা বন্যজন্তুৰ সুৰক্ষাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ।” কলিয়াবৰত মন্তব্য পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ।

Exit mobile version