Site icon Guwahati Times

পহিলা অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

 ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব। উল্লেখযোগ্য যে কাজিৰঙা ৰেঞ্জ, কঁহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জত পৰ্যটকে কেৱল জীপ ছাফাৰিহে কৰিব পাৰিব।

প্ৰথম অৱস্থাত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে খোলা হ’ব বুলি পশ্চিম অসম বন্যপ্রাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই প্ৰকাশ কৰিছে।

Exit mobile version