হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

1 min read
– ৫ ফেব্ৰুৱাৰীত নিযুক্তি দিয়া হব ২৯৭০০ শিক্ষকক।
– ১৬৯৮ খন প্ৰাথমিক বিদ্যালয় কৰা হ’ব প্ৰাদেশীকৰণ ।
– ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব।
– ৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব।
– প্ৰাথমিক বিদ্যালয়ত ৪৪৯৩ গৰাকী টেট শিক্ষক দিয়া হ’ব নিযুক্তি।
-৮ লাখ চাহ শ্ৰমিকৰ বেংক একাউন্টত দিয়া হ’ব ৩ হাজাৰকৈ টকা।

You May Also Like

More From Author