এটা জটিল ক্ষণত আজি অসম, ২৭ নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰা-নকৰা সন্দৰ্ভত আলোচনাত মিলিত হ’ব যুটীয়া সংসদীয় সমিতি আৰু উক্ত দিনাই নিৰ্ধাৰিত হ’ব অসমৰ ভাগ্য। সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। কৃষক নেতা অখিল গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসী বদ্ধপৰিকৰ।
KMSS : AKHIL GOGOI Press Meet.


