হাইলাকান্দিত কৰ'ণা ভাইৰাছকলৈ সজাগতা কৃষক মুক্তিৰ – Guwahati Times

হাইলাকান্দিত কৰ’ণা ভাইৰাছকলৈ সজাগতা কৃষক মুক্তিৰ

ৰাহতুল আখটাৰ: হাইলাকান্দিত কৰ’ণা ভাইৰাছকলৈ সচেতনতা কৃষক মুক্তিৰ। দূৰত্ব ৱজায় ৰাখিৱলৈ ৰাইজৰ প্রতি আহ্বান কৃষক মুক্তিৰ কর্মকর্তা জহিৰ উদ্দিন লস্কৰৰ।

কেনেকৈ এজনতকৈ আনজনৰ দূৰত্ব এক মিটাৰৰ পৰা দেৰমিটাৰ হৱ লাগে, তাৰেই সকলো নিয়ম আজি ৰাইজক দেখুৱালে কৃষক নেতা গৰাকীয়ে।

হাইলাকান্দি সমষ্টিৰ নতুন বজাৰত কেইবাজনো শাক-পাচলিৰ ব্যবসায়ীকো প্রশাসনিক অনুমতি পত্ৰ সংগ্রহ কৰি দিয়ে জাহিৰ উদ্দিনে ।

error: Content is protected !!