KMSS protest in Nagaon.

1 min read

নগাঁওত কৃষক মুক্তিৰ গণ ধৰ্ণা ।কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ প্ৰতিবাদ ।জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সমুখত এই প্ৰতিবাদ ।সময়মতে বীজ , সাৰ যোগান নিদিয়াৰ অভিযোগ ৷

BJP ৰ একনায়কত্ববাদী মনোভাৱে কৃষকক ৰামঠগন ৷ নিৰ্বাচনৰ দোহাই দি কৃষকৰ বীজ আৱদ্ধ কৰাৰ অভিযোগ ।পঞ্চায়ত নিৰ্বাচনৰ দোহাই দি BJP য়ে বীজ নিদি কৃষকক ৰামটাঙোন শোধোৱাৰ প্ৰতিবাদত এই গণ ধৰ্ণা ৰূপায়ন কৰে সংগঠনটোৱে ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author