Site icon Guwahati Times

Kokrajhar || An awareness rally by All Assam Minority Students Union(AAMSU)

Gossaigaon, June 19:সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (AAMSU) ৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত গোসাঁইগাঁও, সাপকাটা ,ভাওৰাগুৰি আৰু শিমলুটাপু আঞ্চলিক সমিতিৰ উদ্যাগত ৰাজ্যখনত সঘনাই সাংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ নিষ্পত্তিকাৰণৰ বাবে উক্ত ছাত্ৰসন্থাই এক সজাগতামূলক জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।ছাত্ৰ সন্থাটোৰ আঞ্চলিক সদস্যবৃন্দৰ লগতে বিশিষ্ঠ নেতাসমূহৰ উপৰিও উপস্থিত থাকি কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলামৰ লগতে জিলা সভাপতি মাফুজ হুছেইনে সমাজখনত চলি থকা সমস্যাবোৰ নিৰ্মূল কৰাৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে ওলাই আহিবলৈ অনুৰোধ জনায়।

Watch Video

গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন Guwahati times

Exit mobile version