Site icon Guwahati Times

অসুস্থ মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া সৰু পুত্ৰ…..

চিকিৎসালয়ত মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া পুত্ৰ । আজি কলিজা আইতাৰ খবৰ ল’বলৈ চিকিৎসালয়লৈ আহিল তেওঁৰ সৰু পুত্ৰ।

নিজেও চিকিৎসাৰ বাবে যোৱা এমাহ ধৰি বেংগালোৰতে আছিল যদিও মাতৃৰ অসুস্থ হোৱাৰ খবৰ পোৱাৰে পৰা খবৰ কৰি আছিল সৰু পুত্ৰই।

উল্লেখ্য যে কলিজা আইতাৰ চাৰিজন ল’ৰা- ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে । ডাঙৰ পুত্ৰৰ মৃত্যুৰ পাছত এদিন স্ব ইচ্ছাৰে আশ্ৰমলৈ আহিছিল কলিজা আইতা।

তেওঁক সৰু পুত্ৰই লগতে ৰাখিব বিচাৰিছিল যদিও তেওঁ আশ্ৰমত লগ সমনীয়া পাব বুলি আশ্ৰমতে থাকিল ।

Exit mobile version