Lachit Divas celebrated in Juriya, Nagaon.

1 min read

দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে নগাঁও জিলাৰ জুৰীয়াতো উদযাপন কৰা হয় লাচিত দিৱস ৷ জুৰীয়া চাৰিআলি স্থিত বীৰ লাচিতৰ প্ৰতিৰ্মূৰ্ত্তিৰ তলত বহু লোক সমাবেত হৈ বীৰ লাচিতৰ প্ৰৰ্তিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জুৰীয়া আঞ্চলিক , জুৰীয়া শাখা আঞ্চলিক ছাত্ৰ সন্থা , অগপৰ নেতৃবৃন্দও উপস্থিত থাকে ৷ সমাজকৰ্মী লোকনাথ বৰা আৰু প্ৰাক্তন নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি উৎপল বৰাই লাচিত দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰে ৷

 

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author