Site icon Guwahati Times

ভূৰাগাঁও-লাহৰীঘাটত অসাংবিধানিক স্বামী গ্ৰেপ্তাৰ আৰক্ষীৰ…

ৰাজ্যজুৰি অসাংবিধানিক স্বামীৰ বিৰুদ্ধে যোৱানিশাৰে পৰা অভিযান অব্যাহত আছে। যোৱানিশা অভিযান চলাই ভূৰাগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে ৪জনকৈ অসাংবিধানিক স্বামী গ্ৰেপ্তাৰ কৰে। ভূৰাগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসাংবিধানিক স্বামী দুজন ক্ৰমে পংকজ মণ্ডল আৰু ৰমেন বিশ্বাস। লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসাংবিধানিক স্বামী দুজন ক্ৰমে আব্দুল ৰহিম আৰু আফতাৰ হুছেইন।

Exit mobile version