Site icon Guwahati Times

আপোনাৰ টোপনি যাবলৈ কিমান সময় লাগে??

ভাত কেইটা খাই বিচনাত উঠি সম্পূৰ্ণৰূপে শুই পৰিবলৈ আপোনাক কিমান সময় লাগে। বিজ্ঞানীৰ এক সমীক্ষা মতে এজন ব্যক্তি সম্পূৰ্ণ ৰূপে টোপনি যাবলৈ অতি কমে ৭মিনিট সময়ৰ প্ৰয়োজন হয়। আপুনি যদিও কেতিয়াবা তাতকৈ সোনকালে টোপনি যায় তথাপিও আপোনাৰ মস্তিষ্ক সম্পূৰ্ণ ৰূপে কেতিয়াও শুই নপৰে। লগতে আপুনি এটা আচৰিত কথা জানেনে, আপুনি আপোনাৰ সম্পূৰ্ণ জীৱন কালৰ কিমান সময় শুই কটাই দিয়ে। বিজ্ঞানী সকলে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে আপুনি আপোনাৰ জীৱনৰ সম্পূৰ্ণ ৩৩%জীৱন টোপনি গৈয়ে কটাই দিয়ে। আৰু যিসকল লোকে নিশা বহু দেৰিলৈকে নুশুৱে অথবা অভ্যাস অনুযায়ী দেৰিকৈ শুৱে, তেওঁলোকৰ দেহৰ ওজন বৃদ্ধি পায়।

Exit mobile version