Site icon Guwahati Times

শীতকালত নিতৌ গা ধুলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে

শীতকালত গা ধুৱাৰ কথা ক’লে বহুতৰে ভয়ত যেন হাত ভৰি লুকায়৷ যদি বতৰ ডাৱৰীয়া হয় তেতিয়া হ’লেতো কথাই নাই৷ শীতকালত বহুতে দিনৰ পাছত দিন ধৰি গা ধুবলৈ বাদ দি পলায়৷ ইয়াৰ বিপৰীতে বহুতে আৰু প্ৰচণ্ড শীততো ঠাণ্ডা পানীৰে গা ধুই ভাল পায়৷ তেওঁলোকৰ যুক্তি বিষেহে বিষ আঁতৰ কৰিব পাৰে৷ শীত কালত গা ধুবলৈ ভয় কৰা সকলোৱে জানি ভাল পাব যে শীতকালত নিতৌ গা ধুৱাতো ভাল নহয় বুলি মত ব্যক্ত কৰিছে বিশেষজ্ঞসকলে৷ বিশেষজ্ঞসকলৰ মতে আমাৰ দেহৰ ত্বকে নিজেই নিজক পৰিষ্কাৰ কৰি ৰাখিব পাৰে৷ কিন্তু যদি আপুনি নিতৌ শৰীৰ চৰ্চা কৰে বা অধিক পৰিশ্ৰম কৰে আপোনাৰ দেহৰ পৰা ঘাম নিৰ্গত হয় তেতিয়াহে নিতৌ গা ধুৱা উচিত৷ অন্যথা শীতকালত দুই-তিনিদিনৰ মূৰত গা ধোৱা কৰক৷ কাৰণ–

Exit mobile version