Site icon Guwahati Times

বিয়াৰ পাছত শকত নহবলৈ কি কৰিব

ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷ বিয়াৰ পূৰ্বে ছোৱালী অৱস্থাত নিজৰ শৰীৰটোক লৈ যিমান সচেতন বা নিজকে যত্ন লয় শ্লিম কৰি ৰাখিবৰ বাবে, বিয়াৰ পাছত সেই সচেতনতা নাথাকে ভাৰতীয় নাৰী সমাজৰ মাজত৷ ইয়াৰ উপৰিও আন কেতবোৰ অনুসংগিক কাৰণত মহিলাসকল বিয়াৰ পাছত শকত হয়৷

Exit mobile version