Site icon Guwahati Times

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব

সন্তান এটিক আদৰ্শগত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম৷ সন্তান এটিক সঠিক পথেৰে শিকাই-বুজাই নিয়াৰ গুৰু দায়িত্ব পিতৃ-মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে৷ সন্তানটিৰ চাল-চলন, আচাৰ-আচৰণ, কাম-কাজ দেখিলেই বুজিব পাৰি সি সঠিক পথেৰে  বাট বুলিছেনে নাই৷ বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল’ৰা-ছোৱালী ‘বদ মেজাজি’ হয়৷ সামান্য কথাতে চিৎকাৰ কৰা, খং কৰা, অসৎ আচৰণ কৰা ইত্যাদি লক্ষণসমূহ দেখিলেই পিতৃ-মাতৃ সন্তানৰ প্ৰতি সতৰ্ক হোৱাটো ভাল৷

Exit mobile version