Site icon Guwahati Times

গাখীৰৰ লগত মিহলাই খাওক এই বিশেষ বস্তু! বৃদ্ধি হ’ব দৃষ্টিশক্তি, আঁতৰিব চশমা…

সময়ৰ লগে লগে নতুন নতুন তথ্য প্ৰযুক্তিয়ে ভুমুকি মাৰিছে। যাৰ ফলত মানুহৰ জীৱন কিছু সহজ হৈ গৈছে যদিও শৰীৰত বহু নেতিবাচক প্ৰভাৱো পৰিছে। আনকি সৰু ল’ৰা-ছোৱলীৰ পৰা যুৱক-যুৱতীয়ে চশমা ব্যৱহাৰ কৰা দেখা যায়। এয়া খাদ্য বা জীৱন শৈলীৰ বাবে হ’ব পাৰে।

কিন্তু কিছুমান ঘৰুৱা উপায় আছে যাৰ ফলত এই সমূহ সমস্যাৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰি। বহুলোকে নিশা শোৱাৰ আগতে গাখীৰ খায়, কিন্তু গাখীৰৰ সৈতে মিহলাই কিছুমান বস্তু খালে কেৱল স্বাস্থ্য উন্নত নহয় কিন্তু দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় হয়।

চফ, বাদাম আৰু মিশ্ৰীয়ে দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে। পুৰণি বিশ্বাস অনুসৰি, এই মিশ্ৰণটো গাখীৰেৰে সেৱন কৰিলে চকুৰ দৃষ্টি শক্তি বৃদ্ধি হ’ব পাৰে বা কোনোবাই চশমা ব্যৱহাৰ কৰিলে চশমা আঁতৰ কৰাতো সহায় হয়।

বাদামত প্ৰাকৃতিকভাৱে ভিটামিন ই আৰু অমেগা ৩ ফেটি এচিড থাকে। এই সমূহ দৃষ্টিশক্তিৰ বাবে ভাল। লগতে ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু হজম শক্তি বৃদ্ধি কৰে। যাৰ বাবে চফ, মিশ্ৰী আৰু বাদামৰ মিশ্ৰণে চকুৰ দৃষ্টিশক্তি উন্নত কৰে।

এই প্ৰণালীৰ বাবে কি কৰিব?

প্ৰথমে চফ, বাদাম আৰু মিশ্ৰী মিশ্ৰণ কৰিব লব লাগে। এই তিনিটা গুৰি কৰি এটা পাত্ৰত ৰাখক। দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ প্ৰতি নিশা শোৱাৰ আগতে গাখীৰৰ সৈতে এচামুচ মিহলি কৰি এই মিশ্ৰণটো খাই শুই যাব। কেইদিনমান পাছতে এই যাদুকাৰী প্ৰণালীটোৱে কাম কৰা আৰম্ভ কৰিব আৰু দেখা পাব ইয়াৰ প্ৰভাৱ।

Exit mobile version