গোসাইগাঁও চহৰৰ সদৰ সাপট দলংৰ নাকা তালাচীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মন্টুৰাম বৰাৰ নেতৃত্বত বিশেষ সূত্ৰৰ ভিত্তিত ট্ৰাক ভতি বিলাতী সুৰা জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডমেনক আটক।
জব্দ কৰাগাড়ীখনৰ নম্বৰ হৈছে BR -25G 8794.
আটকাধীন দুজন হৈছে ৰমেশ ৰাম(২৩) আৰু লাডু সিং( ২১) বিহাৰৰ মতিহাৰি জিলাৰ বাসিন্দা।
গোসাইগাঁওত ট্ৰাক ভর্তি বিলাতী সুৰা জব্দ চালক সহ হেন্ডিমেনক আটক

