মাজুলীত গাঁৱে গাঁৱে জিলা স্বাস্থ্য বিভাগৰ জনসজাগতা অভিযান

  • Desk Editor
  • 12th March 2020
  • Comments Off on মাজুলীত গাঁৱে গাঁৱে জিলা স্বাস্থ্য বিভাগৰ জনসজাগতা অভিযান

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সতৰ্কতামূলক ব্যৱস্থাৰ লগতে সুস্বাস্থ্যৰ বাবেও পৰিপুষ্টি আৰু হাত ধোৱাৰ স্বাস্থ্যসন্মত অভ্যাসৰ অপৰিহাৰ্যতাৰ বিষয়ে মাজুলীত গাঁৱে গাঁৱে জিলা স্বাস্থ্য বিভাগে জনসজাগতা অভিযান চলায় ।

error: Content is protected !!