Site icon Guwahati Times

মঙলদৈত সাংবাদিক পৰাগ দাসলৈ শ্রদ্ধাঞ্জলি

আছাম প্রেছ কৰেচপণ্ডেছ ইউনিয়ণ চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ উদ্যোগত বুধবাৰে সন্ধিয়া অনুষ্ঠিত হয় এই কাৰ্যসূচী

আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক পংকজ কুমাৰ শৰ্মাইি আতঁধৰা
মঙলদৈ প্রেছ ক্লাৱ প্রাংগণত অনুষ্ঠিত এই অনুষ্ঠানত প্রয়াত সাংবাদিক গৰাকিৰ প্রতিচ্ছৱিত বন্তি প্রজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰি অনুষ্ঠান আৰম্ভনী কৰে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্রা ভৱেন বৰ্মণে |

মঙলদৈ পৌৰ সভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা,উপ পৌৰপতি অচ্যুত দাস,সাহিত্যিক ড০চহিৰ ভূঞা,আপকিৰ কেন্দ্রীয় উপদেষ্টা আব্দুল খালেক ,মঙলদৈ সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মুকুট কাকতি সহ প্রায় শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশ গ্রহণ কৰি সাংবাদিক গৰাকিলৈ শ্রদ্ধাজলি জ্ঞাপন কৰে |

মকছেদ আলি,মঙলদৈ

Exit mobile version