Site icon Guwahati Times

মঙলদৈৰ নিউ কলনীত মৃতদেহ উদ্ধাৰ

পাৰ্থ প্ৰতিম হাজৰিকা নামৰ অকলশৰীয়া যুৱক এজনক নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ ।স্থানীয় ৰাইজে যুৱকজনৰ ঘৰটোৰ পৰা দুৰ্গন্ধ ওলোৱাত আৰক্ষীক খবৰ দিয়াত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈ পাৰ্থৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে । কেইবাদিন পূৰ্বেই মৃত্যু হোৱা অকলশৰীয়া যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত স্পষ্ট হোৱা নাই ৷ মৰনোত্তৰ পৰীক্ষাৰ পিছত হে ওলাব প্ৰকৃত তথ্য ।

 

Exit mobile version