Site icon Guwahati Times

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা; নিহত এজন; আহত এজন…

মঙ্গলদৈৰ নিকতৱৰ্তী খাৰখোৱা ধাবাৰ সমিপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কন্টেনাৰ বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহী জন ঠিতাতে নিহত হয়।
আহত যুৱক জনৰ নাম ৰেকিউল আলি।
নিহত যুৱক জন ৰেকিউলৰ সম্পৰ্কীয় ভায়েক।
নিহত যুৱক জন আউলাচৌকাৰ সৰু থেকেৰা বাৰী গাঁৱৰ কুছমত আলিৰ পুত্ৰ বাহাৰুল ইছলাম (২৬) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে।
গাড়ীৰ নং RJ 23GB 8547.
বাইকৰ নং AS 01FM 8025.

Exit mobile version