Site icon Guwahati Times

মঙলদৈ চহৰৰ নাতিদুৰৈত ভয়াবহ পথ দূৰ্ঘটনা

মঙলদৈ চহৰৰ নাতিদুৰৈত ভয়াবহ পথ দূৰ্ঘটনা |

চহৰ খনৰ
কেৰিমেৰি চ’কত হয় এই দুৰ্ঘটনা |

এখন ট্ৰাক আৰু অটোৰ মাজত হয় মুখামুখি সংঘৰ্ষ।

থিতাতে নিহত মাটিৰ চাকি কঢ়িয়াই লৈ যোৱা জয়ন্ত কুমাৰ নামৰ যুৱক জনৰ ।

গুৰুতৰভাৱে আহত চালক কুসুম ডেকা।

দেওমৰনৈ কুমাৰপাৰাৰ পৰা জয়ন্ত কুমাৰে খাৰুপেটীয়ালৈ কেবা বস্তা মাটিৰ চাকি এখন টেম্পোত লৈ গৈছিল |

পুলিচ ৰিজাৰ্ভৰ ওচৰতে কেৰিমেৰীত মাকৈ কঢ়িয়াই অনা এখন ট্ৰাকে অটো খনক সন্মুখৰ পৰা খুন্দিয়াই,
ফলত মৃত্যু হয় জয়ন্ত কুমাৰ নামৰ যুৱক জনৰ

গুৰুতৰ ভাবে আহত কুসম ডেকাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ প্ৰেৰণ কৰা হয়।

Exit mobile version