Site icon Guwahati Times

বিবাহৰ পিছত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তনে দেখা দিয়ে! কাৰণ সমূহ জানক…

বিয়াৰ পিছত মহিলাৰ বিভিন্ন ধৰণৰ পৰিবৰ্তন হয় । যেনে , আপুনি জ্ঞাত যে বিয়াৰ কেইমাহ মান পিছত তেওঁলোকৰ শৰীৰ হিষ্ট পুষ্ট হৈ পৰে । এইটো সকলোৰে ক্ষেত্ৰত নহয় যদিও অধিক সংখ্যক লোকৰ ক্ষেত্ৰত দেখা যায় । বিয়াৰ পিছত মহিলাৰ ওজন বাঢ়িবলৈ ধৰে আৰু হৰ্মন বোৰো সলনি হবলৈ ধৰে । আপুনি যদি লক্ষ্য কৰিছে তেনেহলে দেখিবলৈ পাইছে যে বিয়াৰ আগলৈকে শৰীৰ টো maintain হৈ থাকে , কিন্তু বিয়া হৈ যোৱাৰ পিছত শৰীৰত বিভিন্ন ধৰণৰ পৰিবৰ্তন দেখিবলৈ পোৱা যায় । অধিক সংখ্যক মহিলাই বিয়াৰ পিছত শকত হৈ যায় আৰু শৰীৰৰ অংগৰ বিভিন্ন পৰিবৰ্তন হৈ যায় ।

 

Exit mobile version