Site icon Guwahati Times

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান লাভ নাজিৰাৰ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী বৰষ বৰষা চেতিয়া।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান লাভ নাজিৰাৰ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী বৰষ বৰষা চেতিয়া।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাজিৰাৰ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ বৰষ বৰষা চেতিয়াই নৱম স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনত উৎসৱ মূখৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে।শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আনন্দ উল্লাহ ।
৯৯.৬৬শতাংশৰে ছাত্ৰী গৰাকীয়ে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বৰষ বৰষা চেতিয়াৰ ভবিষ্যতৰ পৰিকল্পনা চিকিৎসক হৈ ৰাইজক সহায় কৰিবলৈ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Exit mobile version