Site icon Guwahati Times

সংগীৰ সৈতে কটোৱা নিবিড় মুহূৰ্তৰ ক্ষণত আপোনাক অন্য কথাই বিচলিত কৰে নেকি? কি ক’লে বিশেষজ্ঞই?

সংগীৰ সৈতে নিবিড় মুহূৰ্ত কটোৱাৰ সময়ত আন কথাবোৰে কেতিয়াবা আপোনাক নিশ্চয় আমনি কৰে  আৰু দুয়ো বেলেগ বিষয়ত কথা পাতিবলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত কি কৰিপ আপুনি?  জনালে বিশেষজ্ঞ পল্লৱী বৰ্নৱালে?

আপুনি, আপোনাৰ সংগীক ভাল পায় আৰু তেওঁৰ সৈতে অধিক যৌন আনন্দ উপভোগ কৰিব বিচাৰে। উন্নত যৌন জীৱন গুৰুত্বপূৰ্ণ আৰু অন্যান্য কথাবোৰ সেইসময়ত গুৰুত্বপূৰ্ণ নহয়।

লগতে বিচাৰি উলিয়াওক, এনে কি আছে যিয়ে আপোনাৰ ধ্যান বিচলিত কৰে আৰু আপুনি আপোনাৰ যৌন জীৱনক প্ৰভাৱিত নকৰাকৈয়ে  ইয়াক কেনেদৰে ঠিক কৰিব পাৰে সেই সম্পৰ্কেও চিন্তা কৰক ।

ধ্যান আঁতৰি যোৱাৰ দিশটোলৈ চালে ইয়াক সমাধানৰ ব্যৱস্থা কৰক। বাৰম্বাৰ ছচিয়েল মিডিয়াত ব্যস্ত হৈ পৰা আৰু তাত কি ঘটি আছে সেয়া জানিবলৈ চেষ্টা কৰাৰ পৰা দূৰৈত থাকক ।

Exit mobile version