Site icon Guwahati Times

শংকৰদেৱ কলাক্ষেত্ৰত কোনোপধ্যেই নহয় মিঞা মিউজিয়ামঃ হিমন্ত বিশ্ব শৰ্মা

CAA আন্দোলনৰ সময়তে দেখিছিলো যে কলাক্ষেত্ৰখনত তেওঁলোকৰ লাহে লাহে চকু পৰিছে। তাত অন্য এটা সভ্যতা-সংস্কৃতিৰ কথাই আহিবই নোৱাৰে। অসম চৰকাৰে স্পষ্ট কৰি দিব খুজিছে যে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামেই হওঁক বা আন কিবা মিউজিয়ামেই হওঁক ইয়াত স্থাপন কৰিব দিয়া নহ’ব। অসম চৰকাৰে কোনো কাৰণতেই মিঞা সংগ্ৰহালয় অসমত স্থাপন নকৰে, এই ক্ষেত্ৰত আমাৰ ভূমিকা আপোচবিহীন বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি মহানৱমীৰ দিনা কামাখ্যাধামত উপস্থিত হৈ সপৰিয়ালে দেৱী মাৰ আশীষ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

Source:Niyomiyabarta.com

Exit mobile version