Site icon Guwahati Times

যুৱতীৰ অপহৰণ কাণ্ডত জড়িতৰ অভিযোগক লৈ বিস্ফোৰক মন্তব্য বিধায়ক আশ্ৰাফুল হুছেইনৰ

এগৰাকী যুৱতীৰ অপহৰণ কাণ্ডত জড়িতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনে। বিধায়ক আৱাসত যুৱতীক ৰখাৰ কথা স্বীকাৰ কৰিলে আশ্ৰাফুল হুছেইনে। তেওঁ কয় ৰিতুল হুছেইনে আৱাসলৈ আনিছিল যুৱতীগৰাকীক। তেওঁলোক প্ৰাপ্তবয়স্ক হোৱা বাবে গুৰুত্ব দিয়া নাছিল বিষয়টোত।

বিধায়কগৰাকীয়ে কয় যে সেই সময়ত তেওঁ আৱাসত নাছিল। অপহৰণর কথা তেওঁ জনা নাছিল। সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰিব বুলিও কয় বিধায়কগৰাকীয়ে।

Exit mobile version