Site icon Guwahati Times

Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখন উন্মোচন….

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ।

যোৱা ২০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী সবল নেতৃত্বত আমাৰ দেশখনে উন্নয়নৰ দিশত কেনেদৰে অগ্ৰগতি লাভ কৰিছে, তাৰ এক অগ্ৰণী উদাহৰণ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনে পঢ়ুৱৈ সমাজক মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব বুলি কয় গুৱাহাটী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ।

Exit mobile version