Site icon Guwahati Times

সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ মৰিগাওঁ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যলয়ত সংবাদমেল

 

সমষ্টিৰ নিৰ্ধাৰণক লৈ সমগ্ৰ ৰাজ্যত বিভিন্ন জনৰ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়োৱাৰ মাজতে আজি মৰিগাওঁ জিলা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যালয়ত পৰিষদৰ সকলো বিষয়ববিয়াক লগত লৈ পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে সংবাদ মেল আগবঢ়োৱা লগতে মৰিগাঁও স্থিত তাইবেল সংঘৰ মূল কাৰ্যালয় তিৱা সকলো জাতি জনগোষ্ঠীৰ সন্থাৰ একত্ৰিত হৈ সংবাদ মেল ।

মৰিগাওঁ ৰ পৰা মনোৰঞ্জন মহন্ত

Exit mobile version