Site icon Guwahati Times

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা দীক্ষা সভাত উপস্থিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদুৎ বৰদলৈ

 

সাংসদ প্ৰদুৎ বৰদলৈয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত বহু খুতি নাটি থকাৰ কথা প্ৰকাশ কৰাৰ লগতে নিৰ্বাচন আয়োগক ৰাজনৈতিক হাঠিয়াৰ নহবলৈ আহবান জনায়। আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন ত প্ৰতিদ্বন্দিতা কৰিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত সাংসদ প্ৰদুৎ বৰদলৈয়ে দলে যেতিয়া য’ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কয় তাতে নিৰ্বাচন ত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিব দিয়ে।

 

Exit mobile version