Site icon Guwahati Times

এটা বছৰ অতিক্রম কৰিলে মনিপুৰৰ অভিশপ্ত ভুমিস্খলনৰ ঘটনাৰ

এটা বছৰ অতিক্রম কৰিলে মনিপুৰ টিপুল জিলাত সংঘটিত হোৱা সেই অভিশপ্ত ভুমিস্খলনৰ ঘটনাৰ। যি ভুমিস্খলনে এন্ধাৰ নমাই আনিছিল মৰিগাঁওৰ এখন গাঁওলৈ। মণিপুৰৰ সেই ভয়ংকৰ ভুমিস্খলনত একেলগে মৃত্যু হৈছিল কুশতুলি গাওঁৰ ১৬ জনকৈ লোকৰ। আজি ৰাজহুৱাকৈ বছৰেকীয়া আদ্যশ্ৰাদ্ব অনুষ্ঠিত কৰে। উল্লেখ্য যে আজিও মনিপুৰ চৰকাৰে ঘোষণা কৰা ধনৰাশি নেপালে কেইবাটাও ভুক্তভোগী পৰিয়ালে। সেই কলা দিনটোক আজিও পাহৰিব পৰা ভুক্তভোগী পৰিয়ালৰ বিধৱা মহিলা সকলে । আজিও কান্দোনৰ ৰোল সেই কুশতলী গাঁৱত।

Exit mobile version