Site icon Guwahati Times

মৰিগাঁৱত মাজ মজিয়াত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা

মৰিগাঁও পৰিবহন বিভাগৰ উদ্যোগত আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত অনুষ্ঠিত হয় পথ সজাগতা সভাত, মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ উপস্থিতিত থাকি সকলোকে যান বাহন আইন মানি চলিবলৈ আহ্বান জনায় ৷

মৰিগাঁও পৰা মনোৰঞ্জন মহন্তৰ ৰিপোৰ্ট

Exit mobile version