Site icon Guwahati Times

তিৱা যুৱ ছাত্ৰ পৰিষদৰ মূল কায্যালয়ত বিশেষ অভিবৰ্ত্তন অনুস্থান

 

আজি মৰিগাঁৱৰ জিলা সোনাৰিগাঁৱত স্হিতৰ তিৱা যুৱ ছাত্ৰ পৰিষদৰ মুল কায্যালয়ত অনুষ্ঠিত হোৱা বিশেষ অভিবৰ্ত্তন অনুস্থানতে মৰিগাওঁ জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া সকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপস্থিতিত মৰিগাওঁ জিলা তিৱা ছাত্ৰ পৰিষদৰ মুল সমিতি গঠন কৰা লগতে নবনিবাচিত মৰিগাওঁ জিলা তিৱা ছাত্ৰ পৰিষদৰ সভাপতি হিচাপে মনোনীত হয় সোমেশ্বৰ বৰদলৈ আৰু সম্পাদক হিচাপে নিৰ্বাচিত হয় মিন্টু কুমাৰ পাটৰ।

Exit mobile version