Site icon Guwahati Times

গাড়ীত উঠিলে আপোনাৰ বমি হয় নেকি? এতিয়া আৰু চিন্তা নাই, মাত্ৰ মানি চলক এইকেইটা নিয়ম!

গাড়ীত উঠি দীঘলীয়া ভ্ৰমণ কৰিব বহুতে নোৱাৰে। ক’ৰবালৈ ফুৰিবলৈ যাওতে গাড়ীত প্ৰায়ে তেনেকুৱা এজনক লগ পোৱা যায়, যাৰ গাড়ীত উঠিলে বমি হয় বা শৰীৰ দুৰ্বল হৈ পৰে। ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞই কোৱা মতে, ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।

সাধাৰণতে এনেধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰিঃ

 

 

 

 

 

 

Exit mobile version