Site icon Guwahati Times

দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

দেশ কঁপাই যোৱা ডাঃ ছৰিতা হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ৱাৰ্ড বয় কিৰো মেচক দোষী সাব্যস্ত। ডিব্ৰুগড়ৰ চিৰিংহোলা গাঁৱৰ বাসিন্দা কিৰো মেচ। ইয়াৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা। আজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিলে চূড়ান্ত ৰায়দান। ২০১৪ চনৰ ৯ মে’ AMCH ত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল ছৰিতাক।

Exit mobile version